Rest In Peace
Similar songs
Tumar Bouncy
DETROIT DYG01:46
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy03:08
Scars
D VIBE$,Valious02:50
Abori Rakhe
D VIBE$03:19
Destroyed
Ranbeer Kalita01:31
XOPUN
AAH MIR03:03
PAAP (Slap House)
DETROIT DYG02:25
Haevan
Badnem03:35
02:36
Porisoy (intro)
D VIBE$02:00
Similar Songs
Tumar Bouncy
DETROIT DYG
Baad De Baad De
LAZY,VIbe Kidd,X NATION,Xavy
Scars
D VIBE$,Valious
Abori Rakhe
D VIBE$
Destroyed
Ranbeer Kalita
XOPUN
AAH MIR
PAAP (Slap House)
DETROIT DYG
Haevan
Badnem
Love
Flash Flow JACK,Kaushik
Porisoy (intro)
D VIBE$
About song
Album: Rest In Peace
Genre :Hip Hop
3 Plays
Music: Rich Key Beats, Askme
Tune: Rich Key Beats
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © MOGNO 4EVER RECORDS
Lyrics
You hear me b** ** it's rich key...
Just ask me...
Yeah x5
দিনবোৰ গৈছে (গৈছে), কিন্তু কিয় ৰাতিবোৰ যাবলে নোখোজে (নোখোজে)
ভাবনাতে বৈ মই (বৈ মই), হেৰালো নিজকে কিছুমান কথাতে (কথাতে)
দিনবোৰ গৈছে (গৈছে), কিন্তু কিয় ৰাতিবোৰ যাবলে নোখোজে (নোখোজে)
ভাবনাতে বৈ মই (বৈ মই), হেৰালো নিজকে কিছুমান কথাতে (কথাতে)
আবৰি ৰাখে মোক যাবলে নিদিয়ে আগোৱাই কেতিয়াও ভালকৈ
সঠিক নহয় কিন্তু পতককে গুচি যাম বহুতেই দূৰত
পাবলে পাবলে বহু টান হব
সেইবাবে এৰিছো unreleased গানবোৰো
সেইবাবে নিজকে অলপমান time দিছোঁ
সময় থাকোঁতেই সকলোঁ মই কৰিছোঁ (yeah)
I'm a YoungBoy মোৰ বহু সপোন আছে
পূৰণ কৰি আছোঁ যেতিয়ালে উশাহ আছে
যিদিনাখন ৰখি যাম মই নাই আৰু
ভাবি লবা যে rest in peace হৈ গৈছোঁ
জানো জানো জানো মই নাই আৰু
মানো মানো মানো একো নেপালো
দিনবোৰ গৈছে (গৈছে), কিন্তু কিয় ৰাতিবোৰ যাবলে নোখোজে (নোখোজে)
ভাবনাতে বৈ মই (বৈ মই), হেৰালো নিজকে কিছুমান কথাতে (কথাতে)
দিনবোৰ গৈছে (গৈছে), কিন্তু কিয় ৰাতিবোৰ যাবলে নোখোজে (নোখোজে)
ভাবনাতে বৈ মই (বৈ মই), হেৰালো নিজকে কিছুমান কথাতে (কথাতে)
আছিলে মোৰ বয়স 17
Struggle and pain মোৰ হৈ গল habit
Stuck inside মই লাগে বহু কঠিন
Anxiety মোৰ গৈছে কিয় বাঢ়ি
I don't know x3
মইটো নেজানো একোৱেই
Mind your own x3
মোক ঢুকি পাবলে নেলাগে
Still মই কিয় বিচাৰিছোঁ something
Something কব গলে মই something
No matter what মই নিবিচাৰোঁ যিমানেই
There's no thing মোক কৰিবলে happy
জানো জানো জানো মই নাই বাৰু

কথাতে x3